About Me

My photo
Guwahati, ASSAM, India
" সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "

Monday, July 11, 2011

কথাশিল্প - ৬

কথাশিল্প - ৬
১১ জুলাই ২০১১

বিশ্ব জনসংখ্যা দিৱস

আজিৰ পৰা দহ বছৰ আগতে বিশ্ব জনসংখ্যা দিৱসৰ তাত্‍পৰ্য কি -এই সংক্ৰান্তত মই গভীৰভাৱে চিন্তা কৰা নাছিলো | কিন্তু এতিয়া কি ক’ম !!!

জনবিস্ফোৰণে সকলোফালে সংকটত পেলাইছে | খাদ্য আৰু বাসস্থান নাটনিৰ লগতে অৰ্থনৈতিক সংকটক জোৰা মাৰিবৰ বাবে ঘৰুৱা উত্‍পাদন বৃদ্ধি কৰিবৰ বাবে ভিন্ন ব্যৱস্থা হাতত সকলোৱে লব লাগিব | লগতে তৃণমূল পৰ্যায়ত শিশুক শিক্ষা দিবই লাগিব |

কথাখিনি কিমান সুদূৰপ্ৰসাৰী হয় চিন্তা কৰিবৰ হ’ল | এতিয়া এটা কথা গুৰুত্বপূৰ্ণ যে যাৰ হাতত বিদ্যুত্‍ শক্তি আছে সিয়ে শক্তিশালী দেশলৈ পৰিণত হৈছে | জাপান নিচিনা এখন দেশত কেইপদমান সামগ্ৰী সৃজনীশীল প্ৰতিভা সত্‍ কামত ব্যৱহাৰ কৰি এখন উন্নয়ণ দেশলৈ পৰিণত হৈছে | আমাৰ ভাৰতত সকলো আছে | তথাপি আমি কিয় ইমান নেতিবাচক চিন্তা কৰি জীৱনৰ বাটত আগবাঢ়ি যাওঁ তাকেহে ভাবি নাপাওঁ |

No comments:

Post a Comment