কথাশিল্প - ৭
বিৰ্তকিত বিষয়
এই কথাখিনি কেৱল নাৰীক লৈহে লিখা হৈছে |পুৰুষ সংক্ৰান্তত কোনেও যেন একো মন্তব্য নিদিয়ে |
অভিযোগ শুনা যায় যোৱা কিছুবছৰ ধৰি লক্ষ্য কৰিলে - কিছুমান নাৰীয়ে যান্ত্ৰিক জীৱনৰ চাকনৈয়া নে আন কিবা বেলেগ কাৰণত মাত্ৰ তেওঁলোকৰ সুবিধাৰ বাবেহে পুৰুষক "- এইটো কাম কৰি দিয়কচোন / ছাত্ৰী হ’লে তোমাৰ নোটচখিনি দিবানা / অমুকটো কৰি দিয়া - নাইবা বহু কামকৰি দিয়াৰ পাছত গুৰুত্ব নিদিয়া হৈ যায় |পাহৰি পেলাই মানুহজনে জীৱনত কিবা এটা উপকাৰ সাধিলে |অৰ্থাত্ মই কথাশিল্প পূৰ্ব খন্ডত লিখাৰ দৰে মাত্ৰ কৃতজ্ঞতাহে প্ৰকাশ কৰে | পাছত ক’ৰবাত লগ পালে অহ !! পাহৰিছিলোৱেই আপোনাক - এনেদৰে ক’বলৈকো নেৰে |আৰুতো নকলোৱেইবা কঠোৰ কঠোৰ শব্দখিনি ...|
মন কৰিব মই কিন্তু কিছুমান নাৰী বুলি উল্লেখ কৰিছো |কথাখিনি পঢ়ি ক্ৰোধান্বিত হৈ মোক গালি এজাউৰি পৰাতো নিশ্চিত |
কথাষাৰ কিমানদূৰ সত্য আপোনালোকে মত আগবঢ়াব - যাতে আপোনালোকৰ বদনাম নাইকিয়া হয় |কয় নহয় -"নাৰীৰ মাজত ঈৰ্ষনীয় মনোভাৱ বেছি -"|
- ৰনৌজ কুমাৰ গগৈ |

No comments:
Post a Comment