About Me

My photo
Guwahati, ASSAM, India
" সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "

Saturday, October 29, 2011

কথাশিল্প - ৮


কথাশিল্প - ৮

প্ৰতিবাদ আৰু অগ্ৰিম জনসচেতনতা

সমগ্ৰ অসমখনতেই যেন কেৱল প্ৰতিবাদ প্ৰতিবাদ | ইয়াৰ বিপৰীতে মন কৰিবলগীয়া কথাটো হ’ল ঘটনা এটা সংঘটিত হোৱাৰ পাছতহে যেন আমি সাৰ পাওঁ | ইতিবাচকভাৱে আগনাবাঢ়ি আমিযেন ধ্বংসমুখৰ হওঁ | আমাৰ ই কি ৰীতি -নীতি নেকি ? আমাৰ একো কৰিবলগীয়া নাই আত্মসংযমেৰে |

সিদিনা মেনহ’লত পৰি মানুহজনৰ কৰুণ মৃত্যু হ’ল | স্বাভাৱিকতে প্ৰতিবাদ হ’বই | মৃত্যু কি সুলভ নেকি ??
এতিয়া কথা হ’ল ফুটপাথ, মেনহ’ল নিৰ্মাণৰত অৱস্থাত অথবা বিভাগীয় কৰ্তৃপক্ষই কাম কৰি থাকিলে আমিবোৰে ( জনসাধাৰণে ) আসোঁৱাহ দেখিলেও
কিন্তু আমি ইতিবাচকভাৱে সমাধানৰ কথা ক’বলৈ আগবাঢ়ি নাহো | মাথোঁ আমি কৰো হিংসাত্মক কাম | প্ৰতিবাদত সকলোৰে জোৱাৰ ; কিন্তু
এইটো কথাও ন দি ক’ব পাৰো যে -- সমাধানৰ সূত্ৰ কোনেও আজিকোপতি দিয়া নেদেখিলো | সমালোচনা কৰিবলৈ নিচেই সহজ | কিন্তু ইতিবাচকভাৱে সমাধান কৰিবলৈ যোৱাজনেহে জানে |

কথাবোৰ চিন্তা কৰি চাবৰ হ’ল | চালে ভাল পাম | নেচালেও মোৰ ক’বলগা নাই |

- ৰনৌজ কুমাৰ গগৈ |
২৬ অক্তোবৰ ২০১১
বুধবাৰ |

No comments:

Post a Comment