About Me

My photo
Guwahati, ASSAM, India
" সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "

Saturday, October 29, 2011

কথাশিল্প - ৯

কথাশিল্প - ৯

- " পিতাইটি অ’ ভাল কৰিলি
বাড়ী -খাড়ী এজনী মোক গোটাই নিদিলি ;
শাওন মহীয়া দুপৰবেলা
কোনে দিব ভোজন থেলা |
........ হেৰা বুলি মাতিবলৈ নাই
...................." --

’ আৰু ২০ বছৰৰ পিছত এনেকুৱা জানো হ’ব সমাজ | সলনি মানে মোৰ সীমিত জ্ঞানে মোৰ ল’ৰাহঁতক ক’ব পাৰিমনে ভোজন থেলা বিচাৰিবলৈ, নাদৰ ভেকুলী হৈ থাকিলে কিবা এটা কৰিব পাৰিবি | ’


১৯৭৮ চনত মুক্তিপ্ৰাপ্ত ফাগুণী বোলছবিৰ দৰদী কন্ঠশিল্পী জয়ন্ত হাজৰিকা আৰু সাগৰিকা বৰুৱাৰ দ্বৈত কন্ঠৰ এই গীতটো শুনি আপোনাৰ কেনে লাগে ? একেবাৰে আবেগৰ তটৰেখা গাঁৱৰ ফালে ঢাপলি মেলে নে !!! মেলাটো অস্বাভাৱিক নহয় |


আচলতে কিবা এটা ৰহস্যৰ সম্ভেদ পাই এইখিনি লিখিলো |

( বিঃদ্ৰঃ ওপৰৰ গীতৰ ফাঁকি আৰু দুটা বাক্য দেউতাৰ দিনলিপিৰ পৰা তুলি দিছোঁ | দেউতাৰ ওচৰত মই ঋণী ও কৃতজ্ঞ | )

- ৰনৌজ কুমাৰ

No comments:

Post a Comment