About Me

My photo
Guwahati, ASSAM, India
" সাহিত্য মোৰ নিচা ৰাজনীতি মোৰ পেচা "

Thursday, June 16, 2011

কথাশিল্প - ২


কথাশিল্প - ২

চিন্তা-চৰ্চা - ২

সুন্দৰ ঘৰ এটাৰ চাৰিওকাষে জেওৰা অথবা পকী দেৱাল থাকিলে দেখিবলৈ যিমান ধুনীয়া তাতোতকৈ ধুনীয়া সুন্দৰ ঘৰ , চাৰিওকাষে দেৱালৰ সৈতে সুন্দৰ এখন চোতাল , কেইজোপামান ফল- মূলৰ গছৰ লগতে ধুনীয়া কেইজোপা ফুলৰ গছ , লগতে পদুলিৰ কাষে কাষে জোপোহা গছ | তদুপৰি অসমীয়া মানুহ বুলি ক’লে তামোল গছ | অসমীয়া সংস্কৃতিৰ তামোল এৰাব নোৱাৰা অধ্যায় | তাতে ককাই কৈছিল তামোল গছৰ গুৰিত সাৰ- জাঁবৰ দি পাণ কেইজোপামান ৰুই দিলেতো ক’বই নালাগে |কি যে সুন্দৰ হ’ব ..- সোণত সোৱগা চৰিব | এতিয়া পাণৰ গুচি দাম বহুত হৈছেগৈ |

এইখিনি কথাৰ গুৰুত্ব মই গভীৰভাৱে উপলব্ধি কৰিছো আজিৰ দিনত | সেই কাৰণে অৱগত কৰিলো |


- ৰনৌজ কুমাৰ গগৈ
ৰচনাকাল -১৬ জুন ২০১১

1 comment:

  1. এইটো এটা ভাল প্ৰচেষ্টা| কিন্তু ব্লগৰ সলনি ইয়াক দললৈ ৰূপান্তৰিত কৰিলে ভাল ফল পোৱা যাব বুলি ভাব হয়|

    ReplyDelete